জাননী

199

জাননী
ইয়াৰ দ্বাৰা আপোনাক/আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে,দুৰ্নীতিৰ দৰ্পণ কাকতৰ বৰ্ষপুৰ্তি অনুষ্ঠানত প্ৰত্যেক বছৰৰ দৰে এইবৰ্ষটো বৰ্ষপুৰ্তি অনুষ্ঠানত সাংবাদিক,সাহিত্যিক,কবি আৰু সমাজ কৰ্মীৰ উপৰিও শিক্ষক,প্ৰশাসক আৰু কৰোণা(কভিড)যোদ্ধাৰ প্ৰতি সন্মান জনাই “দুৰ্নীতিৰ দৰ্পণ”ৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানত ২০২২ (জানুৱাৰী)ত সম্বৰ্ধনা জনোৱা হ’ব । উক্ত অনুষ্ঠানত সম্বৰ্ধনা জনাবলৈ সাংবাদিক,সাহিত্যিক,কবি আৰু সমাজ কৰ্মীৰ উপৰিও শিক্ষক,প্ৰশাসক আৰু কৰোণা(কভিড)যোদ্ধাৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰিবলৈ কাকতৰ সাংবাদিক সকলক অনুৰোধ জনোৱা হ’ল । এই বিষয়ে অধিক জানিবলৈ দুৰ্নীতিৰ দৰ্পণ কাকত গোষ্ঠীৰ হৈ সাংবাদিক আব্দুল জলিল , বৰপেটা(৯১০১২২২১৭৯), প্ৰমোদ ভূঞা,বৰডুমচা (৯৯৫৪৩৬৫৫১৫),হেমন্ত শৰ্মা,ওদালগুৰি (৭০০২৩১১৮৩৮)জমিৰ উদ্দিন তালুকদাৰ,হোজাই (৮০১১৪৮৫৩৩৭)মোস্তফা ছালিম আহমেদ , নগাঁও (৭০০২৮১১৩২৬)ছৈয়দ আফতাব হুছেইন,বৰপেটা (৬০০০৪৯৪৯১৪) নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱাৰ উপৰিও “দুৰ্নীতিৰ দৰ্পণ”ৰ প্ৰতিখন জিলাৰ স্থানীয় সাংবাদিক সকলৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে ।

সম্পাদক
দুৰ্নীতিৰ দৰ্পণ