গহপুৰ বিধানসভা সমষ্টিৰ অন্তগত ৰাঙলিয়াল গাওঁ পঞ্চায়তৰ প্ৰাঙ্গনত ‘আমাৰ গাওঁ-আমাৰ আঁচনি ২০২১-২২ বৰ্ষৰ মিছন বসুন্ধৰা অভিযান আঁচনি

120

গহপুৰ বিধানসভা সমষ্টিৰ অন্তগত ৰাঙলিয়াল গাওঁ পঞ্চায়তৰ প্ৰাঙ্গনত ‘আমাৰ গাওঁ-আমাৰ আঁচনি ২০২১-২২ বৰ্ষৰ মিছন বসুন্ধৰা অভিযান আঁচনি

দুৰ্নীতিৰ দৰ্পণ সেৱা ,গহপুৰৰ পৰা ৰাজীৱ বৰুৱাৰ প্ৰতিবেদন , ৩ অক্টোৱৰঃ কালি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰৱিত্ৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ৭৮ নং গহপুৰ বিধান সভা সমষ্টিৰ অন্তগত ৰাঙলিয়াল গাওঁ পঞ্চায়তৰ প্ৰাঙ্গনত ‘আমাৰ গাওঁ-আমাৰ আঁচনি ২০২১-২২ বৰ্ষৰ’ গাওঁ পঞ্চায়তৰ উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰণৰ লক্ষ্যৰে উদযাপন কৰা হয় গাওঁ সভাৰ লগতে মিচন বসুন্ধৰা অভিযান আঁচনি কায্যসূচী ৰূপায়ন কৰাৰ লগতে ‘স্বচ্ছ ভাৰত’ আঁচনি অধীনত চাফাই কায্যসূচী হাতত লয় । কভিডৰ সকলো প্ৰটকল তথা নীতি-নিদেৰ্শনা মানি উদযাপন কৰা হয় উক্ত কায্যসূচী ভাগ । উক্ত কাৰ্যসূচীত এ পি চেয়াৰ মেন ইনু বৰাকে প্ৰমুখ্য কৰি গ্ৰাম্যসেৱক ৰুনু কাথ হাজৰিকা , জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰী প্ৰফুল্ল শইকীয়া , ৰাঙলিয়াল গাওঁ পঞ্চায়তৰ সভানেত্ৰী অৰ্চনা দাসৰ লগতে ২ নং এলেকাৰ সদস্যা দুলুমনি বৰুৱা , ৩ নং এলেকাৰ সদস্যা ৰূপাঞ্জলী মহানন্দ , ১০ নং এলেকাৰ সদস্যা ৰেবতী দাস , ৮ নং এলেকাৰ সদস্যা চুমিতা বৰা , ৫ নং এলেকাৰ সদস্য পিতাম্বৰ কাকতিকে প্ৰমুখ্য কৰি বিশিষ্ঠ সমাজকৰ্মী সোনাৰাম নাৰ্জাৰী , দিপন দাস , দেৱ হাজৰিকা , ৰঞ্জিত বৰা , মনোৰঞ্জন বৰুৱা , হৰি ৰাজখোৱা , হেমেশ্বৰ হাজৰিকা , যতিন ৰাজখোৱা লগতে পঞ্চায়ত বিষয়বৱীয়া দিপু মেধি , মৃনাল লাহনৰ লগতে কিছু গন্য মান্য ব্যক্তিৰ উপস্থিতিত তথা গাওঁ কিছু লোকৰ সহযোগত সুন্দৰকৈ উক্ত কাৰ্যসূচী কমনিকা ভাগ সফল ভাৱে অন্ত পৰে ।