গোলাঘাটত অথৰ্ব ৱেলফেয়াৰ ছচাইটিৰ উদ্যোগত সচেনতা শিবিৰ

110

গোলাঘাটত অথৰ্ব ৱেলফেয়াৰ ছচাইটিৰ উদ্যোগত সচেনতা শিবিৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১ চেপ্তেম্বৰ : গোলাঘাট নগৰৰত স্থিত এমেচাৰ হ’ল প্ৰেক্ষাগৃহত অথৰ্ব ৱেলফেয়াৰ চছাইটিৰ উদ্যোগত সচেতনতা শিবিৰ অনুষ্ঠিত হয় । অথৰ্ব ৱেলফেয়াৰ চছাইটি নামৰ এন জি ঔ টোৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন স্থানৰ গাঁৱ সমূহৰ লোক সকলক বিনামূলীয়াকৈ হোমীঅ’ চিকিৎসা আগবঢ়োৱা লগতে গাঁৱৰ ৰাইজক হোমীঅ’ পেঠিকৰ ঔষধ বিনামূলীয়াকৈ বিতৰণ কৰি ৰাইজক সোঁ স্বাস্থ্য কৰাৰ উদ্দেশ্যেৰেই আজি অথৰ্ব ৱেলফেয়াৰ চছাইটিয়ে এক সজাগতা শিবিৰ অনুষ্ঠিত কৰে। সেই উপলক্ষেই ৰাইজ যাতে এই বিষয়ে জ্ঞাত হয় , সেই উদ্দেশ্যই উক্ত সভা অনুষ্ঠিত কৰা হয় বুলি চছাইটিটোৰ বিষয় ববিয়া সকলে জানিবলৈ দিয়ে।