গোলাঘাট আমলাপট্টি স্থিত বিজেপি জিলা কাৰ্য্যালয়ত কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

120

গোলাঘাট আমলাপট্টি স্থিত বিজেপি জিলা কাৰ্য্যালয়ত কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৯ অক্টোবৰ : আজি ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা কাৰ্য্যালয়ত বিজেপিৰ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । সভাত ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা সভাপতি দেবপ্ৰদীপ বৰা , সংখ্যালঘু উন্নয়ন বৰ্ডৰ সভাপতি মমিনুল আৱাল গৰীয়া , খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া , সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন , কৃষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেবজিত বৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ জিলা সমিতিৰ বিষয় ববিয়া সকল উপস্থিত থাকে । সভাত পুৱা পতাকা উত্তোলন আৰু বৃক্ষ ৰোপনৰ পিচতেই সভাৰ আৰম্ভণি কৰা হয় বুলি জানিব পৰা গৈছে।