তামুলপুৰত আৰম্ভ হৈছে নিৰ্বাচনী বতাহ

51

তামুলপুৰত আৰম্ভ হৈছে নিৰ্বাচনী বতাহ

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ, ৭ অক্টোবৰঃ ৰাজ্যত হব লগা উপ নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী গৰম বতাহ । তামুলপুৰ সমষ্টিটো বলিছে নিৰ্বাচনী বতাহ । বৃহস্পতিবাৰে তামুলপুৰ বিধান সভা সমষ্টিৰ চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । সম্পূৰ্ণ কভিড প্ৰটোকল মানি বাক্সাৰ মুছলপুৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহাল , ইউপিপিএল দলৰ প্ৰাৰ্থী জলেন দৈমাৰী , নিৰ্দলীয় প্ৰাৰ্থী ইমানুৱেল মুছাহাৰী আৰু বিপিএফৰ প্ৰাৰ্থী গনেশ কছাৰীয়ে ।