বুঢ়ীদিহিং অঞ্চলৰ একালৰ মৰাণ ছাত্ৰ সন্থাৰ জনপ্ৰিয় কেন্দ্ৰীয় দুই প্ৰাক্তন ছাত্ৰ নেতা বিজেপিত যোগ দান

60

বুঢ়ীদিহিং অঞ্চলৰ একালৰ মৰাণ ছাত্ৰ সন্থাৰ জনপ্ৰিয় কেন্দ্ৰীয় দুই প্ৰাক্তন ছাত্ৰ নেতা বিজেপিত যোগ দান

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰমোদ ভূঞা , বৰদুমচা , ১২ মাৰ্চঃ আজি বঢ়ীদিহিং মৌজাৰ দুই প্ৰাক্তন ছাত্ৰ নেতা বিজেপিত যোগ দান কৰে । নেতা দুজন ক্ৰমে জীতেন মৰাণ আৰু ধজেন গোহাঁই । আজি ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ কাৰ্যালয়ত বুঢ়ীদিহিং মঙ্গলৰ সভাপতি ভাদেশ্বৰ মৰাণৰ সহযোগত যোগ দান কৰে ।