ইটাখোলাত ৩-১ গলৰ ব্যৱধানত জয়লাভ টৌভঙা ফুটবল দলৰ 

1
151
ইটাখোলাত ৩-১ গলৰ ব্যৱধানত জয়লাভ টৌভঙা ফুটবল দলৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৫ অক্টোবৰঃ ইটাখোলাৰ দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি ইটাখোলা ফুটবল ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা ফুটবল খেলখনৰ শুভ উদ্বোধন কৰে ইটাখোলা অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী তথা শিক্ষক লক্ষীকান্ত বৰাই । উক্ত খেলখনত প্ৰতিদ্বন্দিতা কৰে টৌভঙা ফুটবল দল আৰু পাঁচমাইল ফুটবল দলে । টৌভঙা ফুটবল দলে ৩-১ গলৰ ব্যৱধানত পাঁচমাইল ফুটবল দলক পৰাস্ত কৰে ।

1 COMMENT

  1. This design is spectacular! You definitely know how to keep a reader entertained. Between your wit and your videos, I was almost moved to start my own blog (well, almost…HaHa!) Great job. I really enjoyed what you had to say, and more than that, how you presented it. Too cool!

LEAVE A REPLY

Please enter your comment!
Please enter your name here