হাটিঙাত ব্ৰহ্মপুত্ৰ ভলিবল মিচন হানডেৰ্টৰ ভলী খেলৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাই

189

হাটিঙাত ব্ৰহ্মপুত্ৰ ভলিবল মিচন হানডেৰ্টৰ ভলী খেলৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাই
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১০ জানুৱাৰী ঃ চতিয়া সমষ্টিৰ অন্তৰ্গত হাটিঙা হাইস্কুল খেলাপথাৰত চলি থকা ব্ৰহ্মপুত্ৰ ভলিবল মিচন হানডেৰ্টৰ আজি অনুষ্ঠিত হোৱা ভলী খেলখনত মূখ্য অতিথি ৰূপে উপস্থিত থাকি চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শুভ উদ্বোধন কৰাৰ লগতে তেওঁ বহুমূলীয়া ভাষণ প্ৰসংগত কয় যে – “খেলৰ জৰিয়তে যুৱক-যুৱতিৰ শাৰিৰীকভাৱে সুস্থ আৰু নিৰোগী হয়”। আজিৰ প্ৰতিযোগী দল হিচাপে অংশগ্ৰহণ কৰে চিত্ৰলেখা তেজপুৰৰ যুৱক- যুৱতী বনাম ৰেঙনি হাটিঙা যুৱক-যুৱতী।বিধায়কৰ উপস্থিতত দুই দলৰ খেলুৱৈক দৰ্শকসকলে বহু উৎসাহিত কৰা পৰিলক্ষিত হয়।