দক্ষিণ শালমাৰা সমষ্টিত আদিম যুগৰ যাতায়ত ব্যৱস্থা এতিয়াও অব্যাহত , এটা ভাইৰাল ভিডিও

51

https://youtu.be/e6qsInsPFtQ

দক্ষিণ শালমাৰা সমষ্টিত আদিম যুগৰ যাতায়ত ব্যৱস্থা এতিয়াও অব্যাহত , এটা ভাইৰাল ভিডিও
দুৰ্নীতিৰ দৰ্পণ , ডিজিটেল সেৱাঃ এটা ভিডিঅ ক্লিপ আপোনালোকক দেখুৱাই লৈছোঁ , ভিডিও ক্লিপটো দেখিলে আপুনিও চিন্তিত হৈ পৰিব ৷ এই দৃশ্যটো হৈছে ১৪ জানুৱাৰীত এজন ৰোগীয়াক চিকিৎসালয়ত লৈ যোৱাৰ দৃশ্য ৷ এই দৃশ্য হৈছে ধুবুৰী লোক সভা সমষ্টি আৰু দক্ষিণ শালমাৰা বিধান সভা সমষ্টি অন্তৰ্গত পাটাকাটা গাঁও পঞ্চায়তৰ ৷ এয়া হৈছে বিকাশিত ভাৰতৰ যাতায়ত ব্যৱস্থা ৷ এনেদৰে কান্ধত লৈ যোৱা মানুহজনৰ ঘৰ হৈছে পাটাকাটাত, এটা দুৰ্ঘটনাত ভৰি ভাঙি গৈছেল ৷ আৰু চিকিৎসাৰ বাবে এনেদৰে দুজন মানুহে কান্ধতলৈ লঞ্চত উঠাইছে ৷ এয়া হৈছে বিকাশিত ভাৰতৰ এখন নগ্ন ছবি ৷ স্বাধীনত্তৰ ৭৪ বছৰ পিছতো এই অঞ্চলৰ ৰাইজে বঞ্চিত হৈ আছে যাতায়ত, চিকিৎসা আৰু চৰকাৰৰ বহু অভিলাষী আঁচনিৰ পৰা ৷ অৱশো এই ভিডিঅৰ সত্যতা আমাৰ কাকতে দায়িত্ব নলয়।

Total Page Visits: 2 - Today Page Visits: 1