শিৱসাগৰ উপায়ুক্ত কাৰ্য্যালয়ত বানপানী, ধুমুহাকে আদি কৰি বিভিন্ন বিষয়ৰ সন্দৰ্ভত দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিক

ৰণৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰৰ পৰা ষ্টাফ ৰিপৰ্টাৰ , অমৃত কুমাৰ শৰ্মা, ১২ জুনঃ শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভাপতি বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ সভাত অনুষ্ঠিত হয় । সভাত জিলাখনৰ সাম্ভাব্য বানপানীৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় । জিলা উপায়ুক্ত গৰাকীয়ে বানপানীৰ পৰিস্থিতি উদ্ভৱ হ’লে তেনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ,ৰাজহ চক্ৰ বিষয়া পৰ্যায়ত,বিভিন্ন চৰকাৰী বিভাগ,আৰক্ষী,অৰ্ধ-সামৰিক বাহিনী আদিৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব এই সম্পৰ্কে বুজ লয় । তেওঁ লগতে বানপানীৰ দৰে দুৰ্যোগৰ সময়ত সকলো বিভাগে সু-সমন্বয় ৰক্ষা কৰি দায়িত্ব সহকাৰে তথা তৎপৰতাৰে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে । সভাত শেহতীয়াভাৱে ঘটা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে- জুই লগা, বজ্ৰপাত, ধুমুহা, শিলাবৃষ্টি আদিৰ ফলত হোৱা ক্ষতিসাধনৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা উত্থাপন কৰা ২৭ খন পুনৰ সংস্থাপন প্ৰতিবেদন সৰ্ব-সন্মতিক্ৰমে অনুমোদন কৰা হয় । উপায়ুক্ত গৰাকীয়ে বিপদসংকুল অৱস্থাত থকা মথাউৰী আৰু বান্ধ সমূহৰ বিষয়ে বিস্তৃত বুজ লৈ জলসম্পদ বিভাগক এই সমূহ মেৰামতিৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে ইতিমধ্যে চিনাক্ত কৰা আশ্ৰয় শিবিৰ সমুহত পৰ্যাপ্ত ব্যৱস্থা মজুত ৰাখিবলৈ নির্দেশ দিয়ে । এই সমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ক’ভিড-১৯ প্ৰট’কল মানি চলিবলৈও তেওঁ নিৰ্দেশ দিয়ে। সভাত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে বান পৰিস্থিতিৰ সময়ত আৰক্ষী বিভাগৰ পৰা সকলো ধৰণৰ প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰে । অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া বিতোপন নেওগে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । তেওঁ কয় যে,জিলাখনৰ ২১৮ খন গাঁও স্পৰ্শকাতৰ ৰূপে চিনাক্ত কৰা হৈছে । জিলাখনৰ বিভিন্ন স্থানত ইতিমধ্যে ৮০ টা আশ্ৰয় শিবিৰ প্ৰস্তুত কৰি তোলা হৈছে বুলিও তেওঁ উল্লেখ কৰে । বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ইতিমধ্যে তাৎক্ষণিক সঁহাৰি দল গঠন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । এন. ডি. আৰ. এফ. আৰু এছ. ডি. আৰ. এফ.-ৰ দলৰ লগতে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ আৰু আপদা মিত্ৰ স্বেচ্ছাসেৱক সকলকো সাজু কৰি ৰখা হৈছে । উক্ত সভাত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া,জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া,অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম,নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱা, এন. ডি. আৰ. এফ., এছ. ডি. আৰ. এফ. আদিৰ প্ৰতিনিধিৰ লগতে ৰাজহ চক্ৰ বিষয়া সকল, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্রকল্প বিষয়া ৰূপম বৰাও উপস্থিত থাকে ।

38 COMMENTS

  1. Kaan Yıldırım’la olan ilişkisinin kendisini yorduğunu ve
    Mehmet Dinçerler’e ilk görüşte aşık olduğunu belirten Hadise, ‘Kaan beni çok yordu.
    Savaştan çıkmış gibiydim. Daha önce bitirmek istedim,
    ‘toparlayalım’ diye yalvardı. Her şeyime karışıyordu; işime, fotoğraflarıma.
    ‘Ailem ilişkinin basında çıkmasını istemiyor.’ diyordu.
    Mesaj atıp bitirdim. Kendisine tahammülüm kalmadığını belirttim.
    Mehmet ise ilk bakışta aşk oldu” dedi.
    yeni sevgilisi

  2. Fortnite Free Accounts 2021 | Free Account, Pass And Skin .
    So fortnite, heard with a new mode that emerged after the popularization of PUBG, is a game prepared by Epic Games.
    Being free, it has become famous in a short time and has managed to reach a large player base.
    So Fortnite free accounts continues to receive updates, and many innovations
    have been made. Actually, live concerts were held in the game and there were other types of events
    as well. So it received the Teen Choice Best Video Game Award in 2018.
    So And that same year, it received the Game Award for Best
    Multiplayer Game and Best Ongoing Game.
    Fortnite Free Accounts

  3. Pubg Mobile Free Accounts 2021 | Account With Uc, Skins , Some information and calculations
    about pubg mobile. Pubg Mobile Free Accounts 2021 | We will
    give free pubg mobile accounts under Account With Uc,
    Skins. These pubg mobile accounts we will give may include uc or skins.
    This is entirely up to your luck. If your chances are too high, you may have an account with too
    many three. So all of these pubg accounts can also be premium accounts.

    As a result, if you do not have a free pubg account, you can easily get an account from this page.
    As a result, if you have a Pubg mobile account and want a
    free account for another site, you can check out our fimody homepage.
    If you could not find the free account you want, leave a comment
    and the account will be sent as soon as possible.

    Pubg Mobile Free Accounts

  4. Free Chegg Accounts 2021 | Premium Account
    And Password , We do chegg free account sharing.
    These chegg accounts are completely free and specially prepared for
    our beautiful visitors. If you do not have a chegg account,
    leave a comment on this subject immediately. A chegg account will be sent as soon as possible.
    This chegg account you have is completely yours and you can use it as you wish.
    If you want to see and experience such a beauty, follow or visit our website.
    Otherwise, our other members may take over their free chegg accounts.

    Free Chegg Accounts

  5. Free Amazon Accounts Prime 2021 | Account And Password, Amazon, which we all hear from somewhere, is a Washington-based company dealing with e-commerce, cloud computing, digital flow and artificial intelligence.
    Free amazon accounts was founded as a book marketplace on July 5,
    1994. Later, as the company grew, it expanded into other markets such as electronics,
    games, furniture, food, clothing and toys. It managed to become the most valuable retailer in America with its market value in 2015.
    Today, we hear the name of Free Amazon Accounts, which is
    in many industries.
    Free Amazon Accounts

LEAVE A REPLY

Please enter your comment!
Please enter your name here