কঠীয়াতলীত ক্ৰমাৎ গনসংক্ৰমণৰ দিশত মহামাৰী কৰণা

0
51

কঠীয়াতলীত ক্ৰমাৎ গনসংক্ৰমণৰ দিশত মহামাৰী কৰণা

দুৰ্ণীতিৰ দৰ্পণ সেৱা, কঠীয়াতলী,শান্তনু কুমাৰ শৰ্মা , ৩ মে : নগাওঁ জিলাৰ কঠীয়াতলীত ক্ৰমাৎ গনসংক্ৰমণৰ দিশত মহামাৰী কৰণা । আজি নগাওঁ জিলাৰ কঠীয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলোৱা ৰেপিড এন্টিজেন টেষ্টত সাত জন লোকৰ দেহত কৰনা পজিটিভ ধৰা পৰে । স্বাস্থ্য বিভাগৰ সুত্ৰে জনোৱা মতে , চিকিৎসালয় খনত আজি নিজ কঠীয়াতলীৰ হিমাংশু ভৌমিক (25), জুমৰমুৰৰ মৰমী বৰা (২৪), প্ৰনয় জ্যোতি বৰা (১.৫ ), কমল বৰা (৪৮), আৰু ৰুণু বৰা (৪৫)। আনহাতে , কঠালগুৰিৰ চাৰকাম বে (২৫) আৰু ছুট হয়বৰৰ মিলন চন্দ্ৰ কাকতি (৪৬)। বৰ্তমান তেওঁক হোম কোৱাৰেন্টাইনত ৰখা হৈছে বুলি স্বাস্থ্য বিভাগৰ সুত্ৰত প্ৰকাশ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here