অসমৰ পৰা প্ৰথমবাৰলৈ ট’ৰন্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী তথা পৰিচালিকাৰ বঁটা লাভ কৰা আইমী বৰুৱাক ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশ মহিলা মৰ্চাৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই ৷ ফটো-ছাদিকুজ জামান,হোজাই।