গোলাঘাট কুটুহাগুৰি দেৱালয়ৰ দূৰ্গা পূজা উৎযাপন

186

গোলাঘাট কুটুহাগুৰি দেৱালয়ৰ দূৰ্গা পূজা উৎযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১৩ অক্টোবৰ : গোলাঘাট জিলাৰ অতি পূৰণি আৰু অসমৰ ১০ খন পুৰণি দেৱালয়ৰ অন্যতম ফৰকাটিঙৰ শী শ্ৰী কুটুহাগুৰি দেৱালয় ৷ ১৭৩৮ চনতেই স্বৰ্গদেউ শিৱসিংহৰ দিনত স্থাপন হোৱা এই দেৱালয়ত এইবাৰো অতি কম বাজেটেৰে ক’ভীড-১৯ ৰ প্ৰট’কল মানি দুৰ্গাপূজা পালন কৰা হৈছে ৷ আজি মহাষ্টমীৰ দিনটোত পুৱাৰে পৰা ভক্ত সকলে কোমোৰা , হাঁহ , চাগলি উৎস্ৰগা কৰাৰ লগতে বলী উৎসৰ্গা কৰি সকলোৰে মঙ্গল কামনা কৰিছে ৷