মৰিগাঁৱত চুলাই মদৰ বিৰুদ্ধে অভিযান আবকাৰী বিভাগৰ , বৃহৎ পৰিমানৰ চুলাই মদ আৰু মদ বনোৱা সামগ্ৰীৰ নষ্ট

269
মৰিগাঁৱত চুলাই মদৰ বিৰুদ্ধে অভিযান আবকাৰী বিভাগৰ , বৃহৎ পৰিমানৰ চুলাই মদ আৰু মদ বনোৱা সামগ্ৰীৰ নষ্ট
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৭ আগষ্ট : মৰিগাঁৱৰ আৱকাৰী বিভাগে জিলা খনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই চুলাই মদৰ লগতে চুলাই প্ৰস্তুত কৰা বহু সামগ্ৰী নষ্ট কৰিবলৈ সক্ষম হয় । জিলাখনত মৰিগাঁও আৱকাৰী বিভাগে লচনাবড়ীৰ লগতে  গান্ধীবড়ী , দীঘলবড়ী আদি অঞ্চলত অভিযান চলাই ৮০ লিটাৰ চুলাই , ৮৫০ কেজি পাছোৱাই আৰু চুলাই প্ৰস্তুত কৰা সামগ্ৰী ধ্বংস কৰিবলৈ সক্ষম হোৱাৰ লগতে কেইবা কাৰ্টনো বিলাতী সুৰা জব্দ কৰে ।