ধুবুৰী জিলাৰ লালকুৰাত চাৰিটা পিস্তল উদ্ধাৰ , এজনক আটক

0
39

ধুবুৰী জিলাৰ লালকুৰাত চাৰিটা পিস্তল উদ্ধাৰ , এজনক আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ধুবুৰীৰ পৰা পাৰভেজুৰ ৰহমান , ২২ এপ্ৰিলঃ ধুবুৰী আৰক্ষীৰ বৃহৎ সাফল্য । যোৱা নিশা ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষীৰ এক যুটীয়া অভিযানত জব্দ চাৰিটাকৈ পিস্তল । ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত লালকুৰাত অভিযান চলাই চাৰিটাকৈ পিস্তল উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে মজিবৰ সেখক । মজিবৰৰ জিম্মাৰ পৰা ১ লাখ দুই হেজাৰ নকল টকাৰ লগতে পিস্তল গুলি বনোৱা বহুতো আপত্তি জনক সামগ্ৰী উদ্ধাৰ কৰে ধুবুৰী আৰক্ষীয়ে । অভিযানকাৰী আৰক্ষীৰ দলটোৱে এক গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে চলাইছিল অভিযান ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here