জাননী

90

জাননী

ইয়াৰ দ্বাৰা আপোনাক/আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে , যোৱা ২০১৪ চনত জন্ম হোৱা ‘দুৰ্নীতিৰ দৰ্পণ’ কাকতখনে সম্পাদকৰ নিজা বাসভৱনৰ কাৰ্যালয়ৰ পৰা নিয়মীয়াভাৱে ৰাইজৰ সেৱা আগবঢ়াই আহিছে। অহা ২৯ অক্টোবৰ ২০২১ ইং তাৰিখ শুক্ৰবাৰে আবেলি ২ বজাত নৱৰূপত (ঝগৰাৰপাৰ লিংক ৰোড)ত “দুৰ্নীতিৰ দৰ্পণ” কাকতৰ মুখ্য কাৰ্য্যালয়ৰ শুভ উদ্ধোধন কৰা হ’ব । উক্ত অনুষ্ঠানত “দুৰ্নীতিৰ দৰ্পণ” কাকতৰ সাংবাদিকৰ লগতে শুভাকাংখী সকলক উপস্থিত থাকিবলৈ আহ্বান জনোৱা হ’ল ।

ছায়েদ আলী খান
সম্পাদক
দুৰ্নীতিৰ দৰ্পণ