গোলাঘাট আমলাপট্টিস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনত ভাৰত মাতা পূজন কাৰ্য্যসূচী সম্পন্ন

100

গোলাঘাট আমলাপট্টিস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনত ভাৰত মাতা পূজন কাৰ্য্যসূচী সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১২ অক্টোবৰ : সপ্তমীৰ মাজতে গোলাঘাটত তৃতীয় বৰ্ষৰ বাবে আজি গোলাঘাট আমলাপট্টিস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দ্বাৰা আয়োজন কৰা হয় ভাৰত মাতাৰ পূজন । উক্ত কাৰ্য্যসূচীত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া সকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে ৷